English: Falap is a tradionally preserved tea leaves of Singpho community. Young tea buds are mortared and put into a bamboo pipe. It is kept near or above the fireplace.
অসমীয়া: ফালাপ হৈছে চিংফৌসকলে পৰম্পৰাগতভাৱে প্ৰস্তুত আৰু সংৰক্ষণ কৰা চাহপাত। চাহৰ কুমলীয়া আগ খুন্দি বাঁহৰ চুঙাত ভৰাই জুহালত বা ধোঁৱাচাঙত তুলি ৰখা হয়। এনে চাহ বহু বছৰলৈকে ব্যৱহাৰ কৰিব পাৰি।
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।