পঞ্জাবী ৱিকিপিডিয়া
(পাঞ্জাবী ৱিকিপিডিয়াৰ পৰা পুনঃনিৰ্দেশিত)
পঞ্জাবী ৱিকিপিডিয়া | |
---|---|
soft2i | |
ইউ আৰ এল | pa.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | পঞ্জাবী ভাষা es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
পঞ্জাবী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ পঞ্জাবী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৫৪,২০৮ প্ৰবন্ধ আছে।
পৰিসংখ্যা[সম্পাদনা কৰক]
২০২৪ চনত পঞ্জাবী ৱিকিপিডিয়াৰ ৫৪,২০৮টা প্ৰবন্ধ, ৫০,০০০ গৰাকী সম্পাদক, ১০ গৰাকী প্ৰশাসক আৰু ১,৮৫১টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৭,৫১,৮৪৩।[1]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|