ঔৰংগাবাদ জিলা, বিহাৰ
ঔৰংগাবাদ জিলা | |
---|---|
— জিলা — | |
বিহাৰ ৰাজ্যত ঔৰংগাবাদ জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | বিহাৰ |
সংমণ্ডল | মাগধ |
সদৰ | ঔৰংগাবাদ, বিহাৰ |
মাটিকালি | |
- মুঠ | ৩,৩০৫ কি.মি.২ (১,২৭৬.১ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২৫,৪০,০৭৩ জন |
- জনঘনত্ব | ৭৬৮.৬ প্ৰতি বৰ্গ কি.মি. (১,৯৯০.৫ প্ৰতি বৰ্গ মাইল) |
জনগাঁথনি | |
- সাক্ষৰতা | 72.77% |
- লিংগ অনুপাত | 916 |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
প্ৰধান ঘাইপথসমূহ | NH2 (এতিয়া NH19) |
ৱেবছাইট | http://aurangabad.bih.nic.in/ |
ঔৰংগাবাদ ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন জিলা। ঔৰংগাবাদ নগৰ এই জিলাখনৰ সদৰ ঠাই।
ভূগোল[সম্পাদনা কৰক]
ঔৰংগাবাদ জিলাৰ মাটিকালি ৩,৩৮৯ বৰ্গ কিলোমিটাৰ (১,৩০৯ বৰ্গ মাইল)। এই জিলাখন মাগধ সংমণ্ডলৰ অন্তৰ্গত।
জনগাঁথনি[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যা ২,৫৪০,০৭৩জন।[1] জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৭৬০জন (২০০০ প্ৰতি বৰ্গ মাইল)। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯১৬ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭২.৭৭%।[2]
২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যাৰ ৯৪.৭৮% হিন্দী আৰু ৫.১৭% উৰ্দুভাষী লোক।[3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.
- ↑ 2011 Census of India, Population By Mother Tongue