বাৰ্তা:অসম
এই পৃষ্ঠাখন অসম-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
WikiProject ৱিকিপ্ৰকল্প অসম | |||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|
|
Question about geographical names[সম্পাদনা কৰক]
Can anyone translate to Assamese geographical names listed below? Aotearoa ১২:৫৫, ৮ আগষ্ট ২০০৯ (UTC)
- Brahmaputra Plain
- Assam Hills
- Indian Peninsula
- Deccan Plateau
Assamese translation will be
- Brahmaputra Plain = ব্ৰহ্মপুত্ৰ উপত্যকা (bhrohomoputro upotyokaa)
- Assam Hills = অসম পাহাৰ (oxom paahaar,(no proper pronunciation letter in English for স্))
- Indian Peninsula = ভাৰতীয় উপদ্বীপ (bhaaroteeyo upodbip)
- Deccan Plateau = দক্ষিণাত্য মালভূমি (dokshinaatyo maalobhoomi)
Vkborah ১৯:১৯, ৮ আগষ্ট ২০০৯ (UTC)
Thank you. Aotearoa ২০:২০, ৯ আগষ্ট ২০০৯ (UTC)
Anshuman.jrt[সম্পাদনা কৰক]
Please contact me. Do not edit Assamese articles with wrong matra placement.
gahori ১৯:২৪, ২৩ নভেম্বৰ ২০১০ (UTC)
বুৰঞ্জী[সম্পাদনা কৰক]
অসম বুৰঞ্জী অনুচ্ছেদটো দীঘলীয়া হৈছে। অলপ চুটি কৰি কথাবোৰ মূল প্ৰবন্ধলৈ তুলি নিয়া ভাল হ'ব। লাহে ধীৰে কৰিম বাৰু। Gitartha.bordoloi 07:44, 7 অক্টোবৰ 2011 (UTC)
ঠিক আছে তুমি যি ভাল দেখা কৰিবা৷ মই একেবাৰে মূল কথাকেইটাহে একাদিকক্ৰমে দিছিলোঁ... চুটি কৰিব পাৰিলে কৰিবা৷ লগতে ভাষা শিতানৰ সাঁচ:Pie chart, আৰু সাঁচ:Wide image দুটা ঠিক কৰি দিব লাগিছিল৷ মই এতিয়াও সাঁচবিলাক ঠিক কৰিব পৰা নাই৷ অলপ ভালদৰে শিকিব লাগিব৷ বাকীখিনি লিখিবৰ চেষ্টা এটা কৰিছোঁ৷
Anjal Borah 08:50, 7 অক্টোবৰ 2011 (UTC)
ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]
ভৌগোলিক অৱস্থিতিৰ কথাখিনি তথ্য সহকাৰে কোনোবাই লিখিব পাৰিবনে? মোৰ বাবে টান হৈছে৷
Anjal Borah 04:56, 12 অক্টোবৰ 2011 (UTC)
নতুন নামকৰণ[সম্পাদনা কৰক]
চৰকাৰী ভাবে AXOM বা ASOM কেতিয়াও গৃহীত হোৱা নাই (যদিও চেষ্টা চলিছিল) গতিকে
""বৰ্তমান অসম বানাটো ইংৰাজীত AXOM বা ASOM বুলি লিখা হয় যদিও Assam বানানটোও প্ৰচলিত৷""
এইবুলি লিখাটো প্ৰয়োজনীয়নে? দীপাংকৰ চেতিয়া 18:54, 21 জানুৱাৰী 2012 (UTC)
Clean up tag[সম্পাদনা কৰক]
এই টেগটো কিয় দিয়া হৈছে, সেইটো প্ৰবন্ধটো পঢ়িলেই বুজি পাব| অসমীয়া ৱিকিপিডিয়াত অসমৰ বিষয়ে যদি ভালদৰে নাথাকে সেইটো বাৰু লাজত কথা নহয়নে? প্ৰ্ন্বন্ধৰ শেষৰফালে উন্নয়নৰ বহুতো থল আছে| তথ্যসূত্ৰ সমূহৰো পৰিস্কাৰৰ আৱশ্যকতা আছে| জনগাঁথনি বিভাগটোও পৰিস্কাৰ কৰিব লাগে| বিষ্ণু শইকীয়া বাৰ্তা 18:03, 18 মাৰ্চ 2012 (UTC)
- এই প্ৰবন্ধটো অহামাহত ধৰিম। এতিয়া বুৰঞ্জীৰ কথাহে বেছি হৈ আছে। মই সিফালে অসম বুৰঞ্জীটো শেষ কৰিলেই এইটো প্ৰবন্ধৰ বুৰঞ্জীখিনি চুটি কৰিম। বাকী অনুচ্ছেদবোৰৰো কাম বাকী আছে। -- গীতাৰ্থ বৰদলৈ (talk) 18:07, 18 মাৰ্চ 2012 (UTC)
- ভাল| এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ সৰ্বশ্ৰেষ্ঠ প্ৰবন্ধৰূপে গঢি তোলাত সহায় কৰিবা| ময়ো যিমান পাৰো চেষ্ঠা কৰিম| বিষ্ণু শইকীয়া বাৰ্তা 18:12, 18 মাৰ্চ 2012 (UTC)