বাৰ্তা:শূন্য
শূণ্য শব্দটোত 'ণ' নে 'ন'? মোৰ বোধেৰে শূন্য হ'ব লাগে৷
Anjal Borah 08:46, 6 জানুৱাৰী 2012 (UTC)
- মই সন্ধান কৰাত শূণ্য আৰু শূন্য দুয়োটাই দেখা পোৱা গ’ল| শব্দ অভিধানত শূন্য আৰু শূণ্যতা লগতে শূন্যতা বুলি আছে| চন্দ্ৰকান্ত অভিধানত শূন্য শব্দটোৱেই পাইছো| হেমকোষ চোৱা নহ’ল| শূন্যটোৱেই সঠিক হ’ব যেন পাইছো| (Bishnu Saikia) বিষ্ণু শইকীয়া 13:43, 6 জানুৱাৰী 2012 (UTC)