বাৰ্তা:শ্ৰীমদ্ভগৱতগীতা
অৱয়ব
প্ৰতীম দা ধৰিবতো পাৰিছে চাগে। ৱিকিপিডিয়াত আপুনি মদ্ভাগৱত গীতাৰ কি, কিয়, কেতিয়া আদিবোৰ লিখিব পাৰিব কিন্তু শ্লোকবোৰ দি থাকিব নোৱাৰিব। কীৰ্তন বা নামঘোষাৰ ক্ষেত্ৰতো একে কথা। আশা কৰোঁ খুব সোনকালেই wikisource অসমীয়াত সক্ৰিয় হ'ব আৰু তেতিয়া এইবোৰ তাত সকলোৱে পঢ়িবলৈ ভৰাব পাৰিম। Gitartha.bordoloi 18:10, 28 ডিচেম্বৰ 2011 (UTC)