মাউংদাও জিলা
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
মাউংদাও জিলা မောင်တောခရိုင် |
|
---|---|
— জিলা — | |
ৰাখাইন ৰাজ্যত (নীলা) মাউংদাও জিলাৰ অৱস্থান (ৰঙা) | |
Country | ম্যানমাৰ |
Division | ৰাখাইন ৰাজ্য |
ৰাজধানী | মাউংদাও |
সময় অঞ্চল | MMT (গ্ৰী.মা.স.+6:30) |
মাউংদাও জিলা (মান: မောင်တောခရိုင်) পশ্চিম ম্যানমাৰ (বাৰ্মা)ৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। ইয়াৰ ৰাজধানী চহৰ মাউংদাও আৰু জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ২৯৫ জন। মাউংদাও জিলাৰ জনসংখ্যাৰ প্ৰায় ৯১ শতাংশ মুছলমান, যাৰ ফলত ই ম্যানমাৰৰ সৰ্বাধিক মুছলমান থকা জিলা হিচাপে পৰিগণিত হৈছে।