মামিত জিলা
মামিত জিলা | |
---|---|
— মিজোৰামৰ জিলা — | |
মিজোৰামত মামিত জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | মিজোৰাম |
Established | |
চহৰ | মামিত |
মাটিকালি | |
- মুঠ | ৩,০২৫ কি.মি.২ (১,১৬৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৮৬,৩৬৪ জন |
- জনঘনত্ব | ২৮.৬ প্ৰতি বৰ্গ কি.মি. (৭৩.৯ প্ৰতি বৰ্গ মাইল) |
Demographics | |
- সাক্ষৰতা | 84.93%[1] |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | mamit |
ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত মামিত জিলা অন্যতম। মামিত জিলা মিজোৰামৰ পশ্চিম প্ৰান্তত অৱস্থিত। ইয়াৰ আন্তৰ্জাতিক সীমা বাংলাদেশৰ সৈতে সংযুক্ত, আৰু ই সাজেক নদীৰ দ্বাৰা বিভক্ত। সীমান্ত জিলা হোৱা বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত মামিত জিলাৰ অতি তাৎপৰ্য আছে।
ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]
এই জিলাখনৰ উত্তৰে অসম ৰাজ্যৰ হাইলাকান্দি জিলা; পশ্চিমে ত্ৰিপুৰা ৰাজ্যৰ উত্তৰ ত্ৰিপুৰা জিলা আৰু বাংলাদেশ; দক্ষিণে লুংলেই জিলা আৰু পূবে কোলাছিব আৰু আইজল জিলা অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩০২৫.৭৫ কিলোমিটাৰ। মামিত চহৰ জিলাখনৰ প্ৰশাসনিক সদৰ।[2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "Mamit District : Census 2011 data". census2011.co.in. https://www.census2011.co.in/census/district/386-mamit.html.
- ↑ "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.