সমললৈ যাওক
ৱিকিপিডিয়া:অৰ্থকোষ/জীৱবিজ্ঞান
- Actinomorphic=একটিনমৰফিক
- Adnate=এডনেট
- Androecium=পুং স্তৱক
- Angiosperms = এনজিঅ'স্পাৰ্ম, সপুষ্পক উদ্ভিদ
- Anther=পৰাগ ধানী
- Antibody=প্ৰতিদেহ, প্ৰতিৰক্ষী
- Antibiotic=প্ৰতিজৈৱিক
- Antigen=প্ৰতিজন
- Bilateral Symmetry=দ্বিপাৰ্শীক সমমিতি
- Bud=মুকুল
- Calyx=বৃতি মণ্ডল
- Carpel=গৰ্ভ কেশৰ
- Connate=কন্নেট
- Corolla=দল মণ্ডল
- Diaspores=ডাইস্প'ৰ
- Disperse=সঞ্চাৰণ, বিস্তাৰণ
- Filament=পুংদণ্ড
- Flowering Plant = সপুষ্পক উদ্ভিদ
- Flowering Stem = পুষ্পকাণ্ড
- Gametophyte=জননকোষ
- Gynoecium=স্ত্ৰী স্তৱক
- Megaspores,Egg=স্ত্ৰীজননকোষ, ডিম্ব
- Meiosis=মিঅ'চিছ
- Outcross=ইতৰ পৰাগন
- Ovary=গৰ্ভাশয় বা ডিম্বাশয়
- Ovule=ডিম্বক
- Pedicel=পেডিক'ল
- Peduncle = ঠাৰি বা বৃন্ত
- Perianth=পেৰিন্থ
- Perigynous=পেৰিগাইনাছ
- Petal=পাহী, দল
- Pistil=গৰ্ভ কেশৰ
- Pollen=পৰাগ ৰেণু, পৰাগ, পৰাগ কোষ
- Pollen grain=পৰাগ ৰেণু, পৰাগ, পৰাগ কোষ
- Pollen tube=পৰাগ নলী
- Pollination=পৰাগ সংযোগ
- Radial Symmetry=তীৰ্যক সমমিতি
- Receptacle = পুষ্পাক্ষ
- Reproductive Part=প্ৰজনন অংশ
- Selfing=স্ব পৰাগন
- Sepal=বেটুপাত, বৃতি
- Sperm=পুংজননকোষ
- Sporangia=স্প'ৰেঞ্জিয়া
- Stamen=পুংকেশৰ
- Stigma=গৰ্ভ দণ্ড
- Style=গৰ্ভমূণ্ড
- Vector=বাহক
- Vegetative Part=ভেজেটেটিভ অংশ
-