১০ মাৰ্চ (ইংৰাজী: 10 March) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬৯তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৯৬টা দিন (অধিবৰ্ষত ২৯৭ দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
- ১৯৩২ - উডুপী ৰামচন্দ্ৰ ৰাও, ভাৰতীয় মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন মুৰব্বী।
- ১৯৪৫ - মাধৱৰাও সিন্ধিয়া, ভাৰতীয় ৰাজনীতিবিদ।
- ১৯৫৭ - ওছামা বিন লাডেন, চৌডি আৰৱৰ সন্ত্ৰাসবাদী।
- ১৯৫৭ - থানু পদ্মনাভন, ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু ব্ৰহ্মাণ্ডতত্ত্ববিদ। (মৃত্যু: ১৭ ছেপ্টেম্বৰ, ২০২১)
- ১৯৮১ - ৱাজিদ খান, ভাৰতীয় চিত্ৰশিল্পী।
- ১৯৯৬ - প্ৰিয়ংকা গোস্বামী, ভাৰতীয় খেলুৱৈ।
- মাৰিঅ’ দিৱস
- তিব্বতীৰ উত্থান দিৱস (তিব্বত)
- ৰাষ্ট্ৰীয় মহিলা আৰু ছোৱালীৰ এইসআইভি/এইডছ সজাগতা দিৱস (যুক্তৰাষ্ট্ৰ)
- পুৰুষ দিৱস (পোলেণ্ড)