১৯৩৬ - ইণ্ডিয়ান ব্ৰডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ’ কৰা হয়।
১৯৪৮ - ভাৰত আৰু ইংলেণ্ড যুক্তৰাষ্ট্ৰৰ মাজত আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা মুকলি হয়। এয়াই আছিল ভাৰতৰ প্ৰথম আন্তৰাষ্ট্ৰীয় বিমান সেৱা। উল্লেখযোগ্য যে, আৰম্ভণিত এই বিমান কাইৰো আৰু জেনেভা হৈ সপ্তাহত এদিনৰ বাবে চলিছিল।