সমললৈ যাওক

২১ মাৰ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

২১ মাৰ্চ (ইংৰাজী: 21 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৮০তম (অধিবৰ্ষত ৮১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৫টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮২৯ - স্পেইনত হোৱা ভূমিকম্পত ৬ হাজাৰ মানুহ নিহত।
  • ১৮৩৬ - কলকাতাত প্ৰথম গ্ৰন্থাগাৰ স্থাপিত হয়।
  • ১৮৫৭ - টকিঅ'ৰ ভূমিকম্পত ১ লাখ ৭ হাজাৰ মানুহৰ মৃত্যু হয়।
  • ১৯৯০ - দক্ষিণ আফ্ৰিকাৰ পৰা নামিবিয়াই স্বাধীনতা লাভ কৰে।
  • ২০০৬ - টুইটাৰ প্ৰতিষ্ঠিত হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৮৪ - এজৰা এবট, আমেৰিকান শিক্ষাবিদ।
  • ২০০৩ - শিৱানী, ভাৰতীয় সাহিত্যিক।

ছুটি আৰু অন্যান্য[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বৰা, সোনেশ্বৰ. শুভ যাত্ৰা-দূৰ্গম পথঃ মহামানৱ মহাত্মা গান্ধীৰ পৰা দৈয়াংলৈ. বি. এছ. পাব্লিকেশ্ব্যন, জু-নাৰেঙ্গী ৰ'ড, গুৱাহাটী-২১, ২০০৮ চন ১মাৰ্চ, p. ১০২.


বাহ্যিক সংযোগ[সম্পাদনা কৰক]